top of page
Check back soon
Once posts are published, you’ll see them here.

তোমাৰ আৰু মোৰ
পিঠিত উঠিয়েই তেওঁলোক আগুৱাই গ'ল,
আমি বোৰ কুঁজা মানুহ হৈ ৰ'লো,
পোৱা নোপোৱাৰ হিচাপ বোৰ কৰোঁ আজিও...
স্বাধীনতা!!!
কি এই স্বাধীনতা?
শোষিত শ্ৰেণীৰ ভৰ লৈ লৈ
কুঁজা মানুহে কেনেকৈ কওঁ
মোৰো আছে স্বাধীনতা!

Recent Posts

© 2023 by Kathy Schulders. Proudly created with Wix.com 

  • Grey Twitter Icon
bottom of page